33 C
Guwahati
Wednesday, September 28, 2022
More

    বিপুল সমাদৰ! জুবিন গাৰ্গৰ ‘কাঞ্চনজংঘা’ হ’ল ছুপাৰ হিট

    ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে যথেষ্ট সমাদৰ লাভ কৰিছে কাঞ্চনজংঘাই। কাঞ্চনজংঘা চাবলৈ দৰ্শক তথা অনুৰাগীয়ে ব্যাপক ভিৰ কৰা দেখা গৈছে চিনেমা হলত

    ছুপাৰ হিট হ’ল জুবিন গাৰ্গৰ কাঞ্চনজংঘা ছবিখন। ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে যথেষ্ট সমাদৰ লাভ কৰিছে কাঞ্চনজংঘাই। কাঞ্চনজংঘা চাবলৈ দৰ্শক তথা অনুৰাগীয়ে ব্যাপক ভিৰ কৰা দেখা গৈছে চিনেমা হলত।

    মিছন চাইনাৰ অভিলেখ ভংগ কৰি ৪০ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল কাঞ্চনজংঘাই। তিনিটা দিনত ‘কাঞ্চনজংঘা’ই উপাৰ্জন কৰিলে মুঠ ১ কোটি ৩৭ লাখ টকা।

    ৬ ছেপ্টেম্বৰত মুক্তি লাভ কৰা সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ কাঞ্চনজংঘাই ৪০ লাখ টকা উপাৰ্জন কৰাৰ বিপৰীতে শনিবাৰে ৩৮.৫ লাখ আৰু দেওবাৰে ৫৯.১ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ছবিখনে।

    Photo Credit : picbear.org

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং