25 C
Guwahati
Thursday, October 21, 2021
More

    CAB কেতিয়াও মানি নলও, ৬ ডিচেম্বৰত আন্দোলনত নামিমঃ জুবিন গাৰ্গ

    ৬ ডিচেম্বৰত ৰণহুংকাৰ। কটন কলেজত আমাৰ কাৰ্যসূচী। প্ৰতিটো জনগোষ্ঠী, প্ৰতিটো দল-সংগঠনৰ লগতে সকলোকে CABৰ বিৰুদ্ধে মাত মতাৰ আহ্বান জনাই জুবিন গাৰ্গে

    কণ্ঠশিল্পী জুবিন গাৰ্গে অংশ ল’ব কটনিয়ানে আহ্বান কৰা ৰণহুংকাৰ কাৰ্যসূচীত। ৬ ডিচেম্বৰত আন্দোলনত নামি পৰিব জুবিন গাৰ্গ। কেবৰ বিৰুদ্ধে আন্দোলন কৰিব জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে।

    শুনক কি ক’লে জুবিন গাৰ্গে

    ‘৬ ডিচেম্বৰত ৰণহুংকাৰ। কটন কলেজত আমাৰ কাৰ্যসূচী। প্ৰতিটো জনগোষ্ঠী, প্ৰতিটো দল-সংগঠনৰ লগতে সকলোকে CABৰ বিৰুদ্ধে মাত মতাৰ আহ্বান জনাই জুবিন গাৰ্গে। ‘কেব কেতিয়াও আমি মানি নলও, কোনো ছাত্ৰ সংগঠনে মানি লোৱা নাই, আমিও নলও, অসমীয়া জাতিৰ কাৰণে আমি সদায় আছো, ৰাজনীতি নচলিব আমাৰ লগত।’- CABৰ বিৰুদ্ধে এই হুংকাৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং