26 C
Guwahati
Wednesday, September 28, 2022
More

    মাছ মাৰিবলৈ গৈ সন্ধানহীন যুৱক, যুৱকক বিচাৰি SDRFৰ অভিযান

    পাহাৰীয়া খৰস্ৰোতা নৈখনৰ প্ৰৱল সোঁতে যুৱকজনক উটুৱাই নিয়াৰ সন্দেহ

    মৰিয়নীৰ নকছাৰীৰ কাকজান নৈত মাছ মাৰিবলৈ গৈ নিখোজ এজন যুৱক। গৌতম কালিন্দী নামৰ এজন যুৱকজনে বৃহস্পতিবাৰে বিয়লি কাকজান চাহ বাগিচাৰ কাষৰ এখন নৈত আন দুজন লোকৰ সৈতে মাছ মাৰিবলৈ যাওতে সংঘটিত হয় এই ঘটনা।

    পাহাৰীয়া খৰস্ৰোতা নৈখনৰ প্ৰৱল সোঁতে যুৱকজনক উটুৱাই নিয়াৰ সন্দেহ প্ৰকাশ কৰিছে। ইফালে যুৱকজনৰ সন্ধানত SDRF-এ শুকুৰবাৰে পুৱাৰেপৰা অভিযান আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে সফল হোৱা নাই এই অভিযানত।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং