28 C
Guwahati
Wednesday, October 27, 2021
More

    পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি! লংকাত যুৱকৰ আত্মহত্যা

    স্থানীয় ৰাইজে জনোৱা অনুসৰি ইয়াৰ পূৰ্বেও যুৱকজনে কেইবাবাৰো আত্মহত্যাৰ চেষ্টা চলাইছিল

    লংকাৰ উত্তৰ বালুহন্দৰ ১নং ৱাৰ্ডত এজন যুৱকৰ আত্মহত্যা। নিহত যুৱকজনৰ নাম ৰাজেশ শীল। নিহত যুৱকজন লংকা মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ। পাৰিবাৰিক কন্দলৰ ফলতে যুৱকজনে আত্মহত্যাৰ পথ বাছি লোৱাৰ সন্দেহ একাংশৰ।

    স্থানীয় ৰাইজে জনোৱা অনুসৰি ইয়াৰ পূৰ্বেও যুৱকজনে কেইবাবাৰো আত্মহত্যাৰ চেষ্টা চলাইছিল। ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং