12.5 C
Guwahati
Saturday, January 29, 2022
More

    নিজৰ ঘৰতে পুতি থোৱা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ

    যুৱকজনক হত্যা কৰি পুতি থোৱাৰ সন্দেহ স্থানীয় একাংশৰ

    ধিঙৰ লহকৰত এটা মৃতদেহক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। নিজ গৃহতে পুতি থোৱা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ। বিতুপন দাস নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয়। যুৱকজনক হত্যা কৰি পুতি থোৱাৰ সন্দেহ স্থানীয় একাংশৰ।

    মাতৃ আৰু ভনী জোৱায়েকে হত্যা কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ। অভিযুক্ত ভনী জোৱায়েকৰ নাম কিশোৰ কুমাৰ ডেকা। মৃতদেহটো উদ্ধাৰৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত। ঘটনাস্থলীত ধিং আৰক্ষী উপস্থিত হয় পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং