27 C
Guwahati
Friday, September 30, 2022
More

    ধন দাবী কৰি জালত পৰিল নগাঁৱৰ এজন যুৱক

    হিলাল উদ্দিন নামৰ ব্যৱসায়ীজনক ধন দাবী কৰা ৰাজুল আলম নামৰ যুৱকজনক অৱশেষত গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে

    ডবকাত ধন দাবী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল এজন যুৱক। হিলাল উদ্দিন নামৰ ব্যৱসায়ীজনক ধন দাবী কৰা ৰাজুল আলম নামৰ যুৱকজনক অৱশেষত গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে।

    মে’ মাহতে হিলাল উদ্দিন উদ্দিন নামৰ ব্যৱসায়ীজনক ধন দাবী কৰিছিল ৰাজুল আলমে। ধৃত ৰাজুল আলমে ৬ লাখ টকা দাবী কৰা পত্ৰৰ সৈতে লগত দি পঠিয়াইছিল বন্দুকৰ গুলী। আৰু অৱশেষত NACN নামৰ এটা অখ্যাত সংগঠনৰ নাম লৈ ধন দাবী কৰা ৰাজুল আলমক নগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিলে ডবকা আৰক্ষীয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং