28 C
Guwahati
Thursday, October 28, 2021
More

    ‘CAA’ৰ বিৰুদ্ধে সৰুপথাৰত শ শ মহিলাৰ চুলি মেলি অভিনৱ প্ৰতিবাদ, সমূহীয়া মুণ্ডনৰ হুংকাৰ

    আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত সৰুপথাৰৰ চুঙাজানত ওলাই আহে নাৰীসমাজ

    নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্য সভাত গৃহীত হৈ নাগৰিকত্ব সংশোধনী আইনলৈ পৰিণত হোৱাৰ পাছতো এই আইন খন বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যজুৰি আজিও অৱ্যাহত আছে প্ৰতিবাদ৷ তাৰেই পৰিপ্ৰেক্ষিতত শনিবাৰে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত সৰুপথাৰৰ চুঙাজানত ওলাই আহে নাৰীসমাজ।

    জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত চুঙাজানৰ সমূহীয়া বাকৰিত শ শ মহিলাই চুলি মেলি প্ৰতিবাদ সাব্যস্ত কৰে৷ লগতে অসম তথা ভাৰত চৰকাৰক হুংকাৰ দিয়ে যদি এই আইন খন কেন্দ্ৰই বাতিল নকৰে তেতিয়া ধনশিৰী মহকুমাৰ চুঙাজানৰ মহিলা সকলে সমূহীয়া মুণ্ডন কাৰ্যসূচী সাব্যস্ত কৰিব৷

    Photo Credit: @nobinbora

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং