28 C
Guwahati
Friday, September 17, 2021
  • হোম
  • ভিডিও
  • টাইমকাষ্ট
More

    তেজপুৰত NRCৰ উৰা বাতৰিয়ে প্ৰাণ ল’লে মহিলাৰ

    মৃত মহিলাগৰাকী ৬০ বছৰীয়া চায়েৰা বেগম। তেজপুৰৰ ১নং দোলাবাৰীত সংঘটিত হৈছে এই ঘটনা।

    NRC প্ৰকাশৰ সময়তে সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা। তেজপুৰত NRCৰ উৰা বাতৰিয়ে প্ৰাণ ল’লে এগৰাকী মহিলাৰ। কুঁৱাত জাপ দি আত্মহনন মহিলাগৰাকীৰ। স্ৱামী আৰু পুত্ৰৰ নাম NRCত নথকাৰ বাবে এই ঘটনা সংঘটিত।

    মৃত মহিলাগৰাকী ৬০ বছৰীয়া চায়েৰা বেগম। তেজপুৰৰ ১নং দোলাবাৰীত সংঘটিত হৈছে এই ঘটনা।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    Breaking: অসম আৰক্ষীৰ নতুন সঞ্চালক প্ৰধান(ভাৰপ্ৰাপ্ত) পদত নিযুক্ত ভাস্কৰ জ্যোতি মহন্ত

    UPSC ৰ বৈঠকতহে অসমৰ পৰৱৰ্তী পুৰ্ণকালীন আৰক্ষী সঞ্চালকপ্ৰধান কোন হ’ব সেই লৈ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব

    অনুপ্রবেশের দায়ে ভারতে সাজা কাটিয়ে দেশে ফিরলেন বাংলাদেশের ৬

    সুতারকান্দি-শেওলা শুল্ক বন্দর দিয়ে তাদের হস্তান্তর করা হয় বাংলাদেশ সরকারের হাতে।

    করিমগঞ্জে নিখোঁজ যুবতীর ঝুলন্ত মরদেহ উদ্ধার, খুনের অভিযোগ মায়ের

    নিখোজ হওয়া প্রায় বছর ১৬-র যুবতীর লাশ উদ্ধার।এ নিয়ে তীব্র চাঞ্চল্য বিরাজ করছে উত্তর করিমগঞ্জের জাতুয়া গ্রামে।

    কৰ’ণা সতৰ্কতাঃ প্ৰথমবাৰলৈ কোনো প্ৰতিবাদ অবিহনে বন্ধ হ’ল অসমৰ চাহ বাগিচা

    চাহ শ্ৰমিকৰ মজুৰি প্ৰদান কৰিবলৈ প্ৰতিখন বাগিচাৰ মালিকপক্ষক দাবী আটছাৰ

    বিহুৱা, ঢুলীয়াও ১৮% GST দিব লাগিব বুলি অপপ্ৰচাৰ আৰম্ভ কৰিছে, ক’লে জয়ন্ত মল্ল–পৱিত্ৰ মাৰ্ঘেৰিটাই

    জিএচটি কোনো উদযাপন কমিটিয়ে দিব নালাগে। বিহু কমিটিয়ে দিব নালাগে জিএচটি। টিকট কাটি অনুষ্ঠানৰ আয়োজন কৰিলেহে জিএচটি দিব লাগিব বুলিও জনালে

    শিলচরে ‘বিতর্কিত’ নেতার অশ্লীল ভিডিও ভাইরাল, কাঠগড়ায় কংগ্রেস!

    ভাইরাল হওয়া ভিডিও দেখে মনে হচ্ছে, ভিডিও কলিং চক্রের যুবতীর উস্কানিতে অশ্লীলতায় মেতে উঠলে তা রেকর্ডিং করে নেওয়া হয়।