NRC প্ৰকাশৰ সময়তে সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা। তেজপুৰত NRCৰ উৰা বাতৰিয়ে প্ৰাণ ল’লে এগৰাকী মহিলাৰ। কুঁৱাত জাপ দি আত্মহনন মহিলাগৰাকীৰ। স্ৱামী আৰু পুত্ৰৰ নাম NRCত নথকাৰ বাবে এই ঘটনা সংঘটিত।
মৃত মহিলাগৰাকী ৬০ বছৰীয়া চায়েৰা বেগম। তেজপুৰৰ ১নং দোলাবাৰীত সংঘটিত হৈছে এই ঘটনা।