27 C
Guwahati
Thursday, October 14, 2021
More

    পৰীক্ষা অবিহনে এইবাৰ উচ্চতৰ মাধ্যমিকৰ একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী দ্বাদশ শ্ৰেণীলৈ উত্তীৰ্ণ

    ভাৰতৰ আন আন শিক্ষা বৰ্ডেও ২০২০ বৰ্ষৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে

    কৰ’ণাৰ বাবে বিশেষ পদক্ষেপ। পৰীক্ষা অবিহনে মাধ্যমিক প্ৰথম বৰ্ষৰ সকলো ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হ’ব দ্বাদশ শ্ৰেণীলৈ। কৰ’ণা ভাইৰাছৰ বাবেই ২০২০ বৰ্ষৰ পৰীক্ষা আয়োজন নকৰে AHSEC-এ। দুই-এদিনতে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব কৰ্তৃপক্ষই। HS প্ৰথম বৰ্ষত আছে ২ লাখ ৩১ হাজাৰ ২৩৮গৰাকী পৰীক্ষাৰ্থী।

    ২৫ মাৰ্চৰ পৰা ১০ এপ্ৰিললৈ অনুষ্ঠিত হোৱাৰ কথা আছিল পৰীক্ষা। AHSECৰ অধ্যক্ষ দয়ানন্দ বৰগোহাঁইয়ে জনাইছে এই কথা। জানিব পৰা মতে, ভাৰতৰ আন আন শিক্ষা বৰ্ডেও ২০২০ বৰ্ষৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

    Photo Credit: AHSEC.nic.in

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং