30 C
Guwahati
Wednesday, October 5, 2022
More

    পাকিস্তানক ৰাজনাথ সিঙৰ সতৰ্কবাণী, আামি তোমালোকক শান্তিত মৰিবলৈও নিদিও

    কেৰালাৰ কল্লমত এক অনুষ্ঠানত এই মন্তব্য প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ

    শুকুৰবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ক’লে যে চুবুৰীয়া ৰাষ্ট্ৰৰ সন্ত্ৰাসবাদীয়ে ভাৰতৰ সাগৰীয় পথ আৰু সাগৰীয় পাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে ব্যৱহাৰ কৰা কাৰ্যক অস্বীকাৰ কৰিব পৰা নাযায় কিন্তু সাগৰৰ ৰক্ষা কৰিবলৈ আমি বদ্ধপৰিকৰ।

    কেৰালাৰ কল্লমত এক অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ক’লে যে ভাৰতক অশান্তি দিবলৈ চেষ্টা কৰাসকলক আামি শান্তিত মৰিবলৈও নিদিও।

    পুলৱামা আক্ৰমণ সন্দৰ্ভত তেওঁ ক’লে যে আমাৰ দেশৰ কোনো এগৰাকী নাগৰিকে পাহৰি যোৱা নাই ভাৰতীয় সেনাৰ বলিদান।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং