অসম আৰক্ষীৰ প্ৰশংসনীয় কাৰ্য৷ নিয়ম ভংগ কৰা বিধায়কৰ বিৰুদ্ধে ব্যৱস্থা লোৱা যান-বাহন বিভাগৰ সাহসী কনিষ্টবল বিষ্ণু বৰাক প্ৰশংসা।
চান্দমাৰীৰ No Parking Zoneত বাহন ৰখাইছিল দুলীয়াজান বিধায়ক টেৰছ গোৱালাই। যাৰ বাবে বিধায়কৰ গাড়ীত wheel lock লগাই দিছিল বিষ্ণু বৰাই। Wheel lock লগোৱা ট্ৰেফিক বিষয়া বৰাক সম্বৰ্ধনা জনালে অসম আৰক্ষীয়ে৷
Photo Credit: @gpsinghassam