27 C
Guwahati
Wednesday, October 13, 2021
More

    বিধায়কৰ গাড়ীত wheel lock লগাই প্ৰশংসা বুটলিলে অসম আৰক্ষীৰ বিষ্ণু বৰাই

    চান্দমাৰীৰ No Parking Zoneত বাহন ৰখাইছিল দুলীয়াজান বিধায়কগৰাকীয়ে

    অসম আৰক্ষীৰ প্ৰশংসনীয় কাৰ্য৷ নিয়ম ভংগ কৰা বিধায়কৰ বিৰুদ্ধে ব্যৱস্থা লোৱা যান-বাহন বিভাগৰ সাহসী কনিষ্টবল বিষ্ণু বৰাক প্ৰশংসা।

    চান্দমাৰীৰ No Parking Zoneত বাহন ৰখাইছিল দুলীয়াজান বিধায়ক টেৰছ গোৱালাই। যাৰ বাবে বিধায়কৰ গাড়ীত wheel lock লগাই দিছিল বিষ্ণু বৰাই। Wheel lock লগোৱা ট্ৰেফিক বিষয়া বৰাক সম্বৰ্ধনা জনালে অসম আৰক্ষীয়ে৷

    Photo Credit: @gpsinghassam

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং