25.4 C
Guwahati
Thursday, October 14, 2021
More

    মমতা বেনাৰ্জীয়ে পৰৱৰ্তী নিৰ্বাচন খেলিব বাংলাদেশৰ পৰা

    মমতাই থিয় দিব বাংলাদেশী শৰনাৰ্থী সকলৰ লগত

    পশ্চিমবংগৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পৰৱৰ্তী নিৰ্বাচন খেলিব বাংলাদেশৰ পৰা। মমতাই থিয় দিব বাংলাদেশী শৰনাৰ্থী সকলৰ লগত। পিছে এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ নিজৰ নহয়। এই বিষ্ফোৰক মন্তব্য দিছে অসমৰ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইহে।

    দুদিন আগত মমতাই বাংলাদেশী শৰনাৰ্থীসকলৰ হকে মাত মাতিছিল। পশ্চিমবংগত থকা শৰনাৰ্থীসকলে নাগৰিকতাৰ বাবে কৰিব নালাগে কোনো আৱেদন। দেশৰ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী নিৰ্বাচনত যিযে ভোট দিয়ে তেওঁ কেনেকৈ বিদেশী হ’ব পাৰে। সেয়ে ভোটাধিকাৰ সাব্যস্ত কৰা সকলো লোকেই ভাৰতীয় নাগৰিক।

    এই মন্তব্যৰ পিছতেই মমতা বেনাৰ্জীক উভতি ধৰিছে অসমৰ হিমন্ত বিশ্ব শৰ্মাই। বাংলাদেশীৰ হকে মাত মতা মমতা হেনো পৰৱৰ্তী নিৰ্বাচন খেলিব বাংলাদেশৰ পৰাই।

    Photo Credit: India Today

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং