26 C
Guwahati
Tuesday, October 19, 2021
More

    আছুয়ে AGPক পুত্ৰ বুলি কৈছে আৰু আমি স্বীকাৰ কৰিছো এই দাবীঃ সত্যব্ৰত কলিতা

    'CABৰ বিৰুদ্ধে আমাৰ স্থিতি স্পষ্ট, অসমৰ জাতীয় জীৱনৰ বিৰোধী কাম আমি নকৰো, বিজেপিয়ে CAB আনিলে নিশ্চয় আমাৰ লগত আলোচনা কৰিব, আমি CABৰ বিৰোধিতা কৰি যাম।'- CAB সন্দৰ্ভতো মন্তব্য বিধায়কগৰাকীৰ

    ‘আছুয়ে AGPক পুত্ৰ বুলি কৈছে, আমি স্বীকাৰ কৰিছো আছুৰ দাবীক।’- এই মন্তব্য AGPৰ বিধায়ক সত্যব্ৰত কলিতাৰ। অসম ছাত্ৰ পৰিষদ আছুৰ নাতি সদৃশ। আছুয়ে নাতি অসম ছাত্ৰ পৰিষদক মৰম কৰক। আছুয়ে পুত্ৰ AGPক মৰম কৰক।- আছু আৰু অগপ দলৰ সম্পৰ্কক লৈও মতপ্ৰকাশ AGPৰ বিধায়কগৰাকীৰ।

    ‘আমাৰ দলৰ সিদ্ধান্ত মৰ্মে ছাত্ৰ পৰিষদৰ জন্ম হৈছিল, তাক বিৰোধিতা কৰাতোৰ প্ৰশ্নই নুঠে।’- অগপৰ ছাত্র সংগঠনৰ অনুষ্ঠান সন্দৰ্ভত কৰা মন্তব্যৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়ক সত্যব্ৰত কলিতাৰ।

    ‘CABৰ বিৰুদ্ধে আমাৰ স্থিতি স্পষ্ট, অসমৰ জাতীয় জীৱনৰ বিৰোধী কাম আমি নকৰো, বিজেপিয়ে CAB আনিলে নিশ্চয় আমাৰ লগত আলোচনা কৰিব, আমি CABৰ বিৰোধিতা কৰি যাম।’- CAB সন্দৰ্ভতো মন্তব্য বিধায়কগৰাকীৰ। CAB আৰু NRC সন্দৰ্ভত অগপৰ বৈঠক থকাৰ কথাও ঘোষণা কৰে AGPৰ বিধায়ক সত্যব্ৰত কলিতাই।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং