19 C
Guwahati
Sunday, November 27, 2022
More

    ‘কা’ আন্দোলনৰ গইনা লৈ অজিত কুমাৰ ভূঞাই ন্যস্ত স্বাৰ্থ পূৰণ কৰিছেঃউপমন্যূ হাজৰিকা

    কংগ্ৰেছ-এআইইউডিএফ কেতিয়াৰ পৰা জাতীয় দল হ'ল?

    অজিত কুমাৰ ভূঞাক লৈ উচ্চতম ন্যায়লয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যূ হাজৰিকাৰ প্ৰতিক্ৰিয়া।কংগ্ৰেছ-এআইইউডিএফ কেতিয়াও জাতীয়তাবাদী শক্তি হ’ব নোৱাৰে। কংগ্ৰেছৰ বিকল্প হিচাপে অসমৰ খিলঞ্জীয়াই অগপক লোৱাৰ পিছত পুনৰ অগপৰ বিকল্প হিচাপে বিজেপিক গ্ৰহণ কৰিলে।

    পুনৰ বিজেপিৰ বিকল্পৰ অনুসন্ধান খিলঞ্জীয়া ৰাইজে বিছাৰিছে। কা আন্দোলনৰ গইনা লৈ অজিত কুমাৰ ভূঞাই কংগ্ৰেছ-এআইইউডিএফৰ আশ্ৰয় লৈ ন্যস্ত স্বাৰ্থ আগত ৰাখিলে। উপমন্যূ হাজৰিকাই অজিত কুমাৰ ভূঞাক প্ৰশ্ন কৰে কংগ্ৰেছ-এআইইউডিএফ কেতিয়াৰ পৰা জাতীয় দল হ’ল?

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং