26 C
Guwahati
Saturday, September 24, 2022
More

    বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বৃহৎ ঘোষণা, কৰ্পৰেট টেক্সত ৰেহাই

    বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কোম্পানী আৰু ব্যৱসায়ীক ৰেহাই দি কৰ্পৰেট টেক্স হ্ৰাস কৰাৰ কথা ঘোষণা কৰিলে

    GST কাউঞ্চিলৰ বৈঠকৰ পূৰ্বে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে শুকুৰবাৰে বৃহৎ ঘোষণা কৰিলে। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কোম্পানী আৰু ব্যৱসায়ীক ৰেহাই দি কৰ্পৰেট টেক্স হ্ৰাস কৰাৰ কথা ঘোষণা কৰিলে।

    তেওঁ ক’লে যে কৰ হ্ৰাস কৰাৰ অধ্যাদেশ জাৰি কৰা হৈছে। লগতে তেওঁ ক’লে ২০১৯ৰ ১ অক্টোবৰ বা তাৰ পিছত নিৰ্মাণ হোৱা যিকোনো নতুন ঘৰুৱা কোম্পানী আৰু যিসমূহে নতুনকৈ বিনিয়োগ কৰিছে তেওঁলোকে ১৫ শতাংশৰ আয়কৰ প্ৰদান কৰিব। মিনিমাম অল্টাৰনেট টেক্স কৰ্তন কৰা হ’ব বুলি ঘোষণা কৰে। ইয়াৰ উপৰিও কেপিটেল মাৰ্কেটৰ বাবে CGTত থকা চাৰ্জ হ্ৰাস কৰাৰো সিদ্ধান্ত লয়।

    Photo Credit: indiatoday.in

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং