শনিবাৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰিলে মোদী চৰকাৰৰ ২.০ৰ দ্বিতীয়খন বাজেট। দিনৰ ১১ বজাত দাখিল কৰে বাজেটখন। বাজেটত দামি বাঢ়িল চিগাৰেট আৰু ধঁপাত জাতীয় সামগ্ৰীৰ।
আনহাতে, মোদী চৰকাৰৰ পূৰ্ণাংগ বাজেটত দাম হ্ৰাস পালে নিউজ প্ৰিণ্ট, পাতল কটেত পেপাৰৰ।
তলত দিয়া আছে সম্পূৰ্ণ তালিকাঃ
দাম বৃদ্ধি পালেঃ
- চিগাৰেট, ধঁপাত জাতীয় সামগ্ৰী
- আমদানিকৃত জোতা
- ফাৰ্নিচাৰ
- চিকিত্সা সামগ্ৰী
- দেৱালত লগোৱা ফেন
- টেবুল আৰু পাকঘৰত ব্যৱহৃত চীনা চেৰামিক, ক্লে আইৰন,
- ষ্টীল আৰু তামৰ সামগ্ৰী
দাম হ্ৰাস পালেঃ
- আমদানিকৃত নিউজপ্ৰীণ্ট
- লাইটৱেট কটেট পেপাৰ
- পিউৰীফাইড টেৰিফথেলিক এচিড
- অপৰিশোধিত চেনি
- কৃষি-পশুজাত উত্পাদন সামগ্ৰী
- এলকহলিক বেভাৰেজেছ
- ছয়া ফাইবাৰ, ছয়া প্ৰটিন
- টোনা মাছৰ টোপ
- স্কিম মিল্ক
Photo credit: bengali.abplive.com