32 C
Guwahati
Saturday, October 16, 2021
More

    উমানন্দৰ শেষৰটো সোণালী বান্দৰৰ মৃত্যু

    ২২ফেব্ৰুৱাৰীত মৃত্যু হৈছিল বান্দৰটোৰ

    অসমৰ উমানন্দ দ্বীপৰ শেষৰটো জীৱিত সোণালী বান্দৰৰ মৃত্যু। ২২ফেব্ৰুৱাৰীত মৃত্যু হৈছিল বান্দৰটোৰ। তথ্য অনুসৰি বিগত কেইবাবছৰ ধৰি উমানন্দত সোণালী বান্দৰে বাস কৰি আছিল যদিও সময় উকলি যোৱাত সোণালী বান্দৰৰ সংখ্যা হ্ৰাস হৈ যায়।

    কিন্তু বৰ্তমানলৈও সোণালী বান্দৰটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই কিন্তু সংৰক্ষণবাদীসকলৰ মতে দীঘলীয়া সময় ধৰি অকলশৰীয়া আৰু অৱসাদ ভুগিয়ে বান্দৰটোৰ মৃত্যু হোৱাৰ সম্ভাৱনা।

    সোণালী বান্দৰ গম্ভীৰভাৱে লুপ্ত প্ৰজাতি। ভূটান আৰু পশ্চিম অসমৰ কেইবাটাও অংশত দেখা পোৱা যায়।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং