25 C
Guwahati
Wednesday, October 20, 2021
More

    ডিব্ৰুগড়ত উৰিল আলফাৰ পতাকা

    বৰবৰুৱা আৰক্ষী থানাৰ ৫০০ মিটাৰ নিলগত অৱস্থিত বৰবৰুৱা প্ৰাথমিক বিদ্যালয়

    নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত নেছ’ আৰু সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনোৱা অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে। বন্ধৰ মাজতে ডিব্ৰুগড়ত উৰিল আলফাৰ পতাকা।

    Photo : Time8

    বৰবৰুৱা প্ৰাথমিক বিদ্যালয়ৰ গেটত লগাই থৈ যোৱা আলফাৰ পতাকাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। বৰবৰুৱা আৰক্ষী থানাৰ ৫০০ মিটাৰ নিলগত অৱস্থিত বৰবৰুৱা প্ৰাথমিক বিদ্যালয়।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং