32 C
Guwahati
Friday, September 30, 2022
More

    পুনৰ দুৰ্বৃত্তৰ লক্ষ্য সাংবাদিক, আক্ৰমণৰ বলি সাংবাদিক বিজু গাঁওখোৱা

    সাংবাদিকগৰাকীক মুকলিকৈ হত্যা কৰাৰ ভাবুকি দিয়ে অভিযুক্তদ্বয়ে। অভিযুক্তক শীঘ্ৰে কাৰায়ত্ত কৰি সাংবাদিকগৰাকীক সুৰক্ষা প্ৰদানৰ দাবী।

    বিগত কেইবামাহ ধৰি ৰাজ্যত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছে কেইবাগৰাকীও সাংবাদিক। এইবাৰ হোজাইত দুৰ্বৃত্তই আক্ৰমণ কৰিলে বৈদ্যুতিন মাধ্যমৰ সাংবাদিক বিজু গাঁওখোৱাক। পূৰ্বেও আক্ৰমণৰ বলি হৈছিল সাংবাদিকগৰাকী।

    ৰাজু ৰজক নামৰ এজন লোকে আক্ৰমণ কৰিছিল সাংবাদিকগৰাকীক। ৰাজু ৰজকৰ লগ দিছিল পূৰ্বতে আক্ৰমণ কৰা অমৰজিত সিং নামৰ লোকজনে। সাংবাদিকগৰাকীক মুকলিকৈ হত্যা কৰাৰ ভাবুকি দিয়ে অভিযুক্তদ্বয়ে। অভিযুক্তক শীঘ্ৰে কাৰায়ত্ত কৰি সাংবাদিকগৰাকীক সুৰক্ষা প্ৰদানৰ দাবী।

    ঘটনা সন্দৰ্ভত সাংবাদিক বিজু গাঁওখোৱাই কি ক’লে?

    উল্লেখ্য যে, কিছুদিন পূর্বে TIME8ৰ সাংবাদিককো আক্ৰমণ চলাইছিল দুৰ্বৃত্তই।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং