27 C
Guwahati
Thursday, August 4, 2022
More

    শ্ৰীৰামপুৰত ট্ৰাকভৰ্তি বন্যপ্ৰাণীৰ মহৰ শিং আৰু হাড় জব্দ

    মণিপুৰৰ পৰা মহৰ শিং আৰু হাড় উঠাই লৈ উত্তৰ প্ৰদেশলৈ নি থকা অৱস্থাত আটক কৰে ট্ৰাকখন

    অসম বংগ সীমান্তৱৰ্তী শ্ৰীৰামপুৰত বন্যপ্ৰাণীৰ হাড়সহ এখন দহ চকীয়া ট্ৰাক জব্দ। বন্য প্ৰাণীৰ হাড় চোৰাংভাৱে কঢ়িওৱা ট্ৰাকখন হৈছে উত্তৰ প্ৰদেশৰ। মণিপুৰৰ পৰা মহৰ শিং আৰু হাড় উঠাই লৈ উত্তৰ প্ৰদেশলৈ নি থকা অৱস্থাত আটক কৰে ট্ৰাকখন। বনবিভাগে লাভ কৰা তথ্যৰ ভিত্তিত ট্ৰাকখন শ্ৰীৰামপুৰৰ এখন ধাবাৰ পৰা জব্দ কৰে।

    Video Credit: Time8

    চোৰাং শিং আৰু হাড় কঢ়িওবা ট্ৰাকসহ তিনিজন লোকক আটক কৰে বন বিভাগে। ঘটনা সন্দৰ্ভত বন বিভাগে তদন্ত অব্যাহত ৰাখিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং