30 C
Guwahati
Thursday, September 29, 2022
More

    ইমানদিনে বাচি থকা ত্ৰিপুৰালৈও আহিল কৰ’ণা, ধৰা পৰিল প্ৰথমগৰাকী ৰোগী

    এগৰাকী ৪৫ বছৰীয়া মহিলাৰ দেহত ধৰা পৰিছে এই মাৰাত্মক ভাইৰাছবিধ

    ইমানদিনে কৰ’ণা ভাইৰাছৰ পৰা হাত সাৰি থকা ত্ৰিপুৰাতো অৱশেষত ওলাল প্ৰথমগৰাকী কৰ’ণাত আক্ৰান্ত ৰোগী।ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে টুইটাৰ যোগে সদৰী কৰিছে এই কথা।

    ত্ৰিপুৰাৰ এগৰাকী ৪৫ বছৰীয়া মহিলাৰ দেহত ধৰা পৰিছে এই মাৰাত্মক ভাইৰাছবিধ। মহিলাগৰাকীক বৰ্তমান আগৰতলা চৰকাৰী চিকিত্‍সা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। মহিলাগৰাকীৰ সংস্পৰ্শলৈ অহা লোকৰো কৰোৱা হ’ব স্বাস্থ্য পৰীক্ষা।

    Photo Credit: GEN

    Published:

    4 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং