গোৰ্খা ৰাইফলছৰ সেনা জোৱান ৰাজীৱ থাপাক শেষ শ্ৰদ্ধাঞ্জলি। ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন বীৰ জোৱানজনৰ।

শুকুৰবাৰে জম্মু-কাশ্মীৰৰ নছেৰা ছেক্টৰত পাকিস্তানৰ যুদ্ধ বিৰতি উলংঘনত জোৱানজন ছহীদ হৈছিল। অপ্ৰৰোচিতভাৱে পাকিস্তানী সেনাই লক্ষ্য কৰিছিল ভাৰতীয় সেনাক।
