33 C
Guwahati
Thursday, September 22, 2022
More

    Breaking: পলাশবাৰীত পথ দুৰ্ঘটনা, থিতাতে নিহত ২জন

    আনহাতে দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন গুৰুতৰভাৱে আহত হয়

    পলাশবাৰীৰ উপৰহাল্লীত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত ২জন আৰু আহত ২জন লোক। গোৱালপাৰাৰ পৰা গুৱাহাটী অভিমুখী কয়লা ভৰ্তি এখন ট্ৰাকে দ্ৰুতবেগত আহি নিয়ন্ত্ৰণহীন হৈ পথৰ ওপৰত বাগৰি পৰাৰ ফলত দুই পথচাৰী নিহত হয়। দুৰ্ঘটনাটোত নিহত লোকদুজনৰ নাম মহেন্দ্ৰ নাথ আৰু চুৰথ জামাল।

    আনহাতে দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন গুৰুতৰভাৱে আহত হয়। আহত লোকদুজনক ততালিকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং