29 C
Guwahati
Monday, October 25, 2021
More

    Breaking: নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা, মহিলাসহ থিতাতে নিহত ২

    নগাঁও-মৰিগাঁও সংযোগী মূলপথত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটো

    নগাঁৱৰ কুৰুৱাবাহীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। মাটি কঢ়িওৱা ডাম্পাৰ আৰু যাত্ৰীবাহী টেম্পৰ মাজত সংঘটিত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত মহিলাসহ থিতাতে নিহত দুগৰাকী। দুৰ্ঘটনাটোত ১০ জনৰো অধিক গুৰুতভাৱে আহত হয়।

    নিহত মহিলাগৰাকী জামুগুৰিৰ দুলুমণি দেৱী। নগাঁও-মৰিগাঁও সংযোগী মূলপথত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটো। দুৰ্ঘটনাটোত আহতসকলক সংকটজনক অৱস্থাত নগাঁৱলৈ প্ৰেৰণ কৰা হয়।

    বিজু গোহাঁইৰ প্ৰতিবেদন

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং