24 C
Guwahati
Thursday, October 21, 2021
More

    ৰক্ষকেই ভক্ষক! ঘোচ লোৱাৰ কথা নিজ মুখে স্বীকাৰ এজন ASIৰ

    বৰহোলা বোকাজানৰ এজন লোকৰ পৰা নগদ ধন লৈছিল সহকাৰী উপ-পৰিদৰ্শকগৰাকীয়ে। তাৰ পিছতে ঘোচ লোৱাৰ ভিডিঅ' ভাইৰেল হৈ পৰিছিল ছচিয়েল মিডিয়াত

    পুনৰ খাকি পোচাকত ক’লা ৰং সানিলে এজন আৰক্ষী বিষয়াই। ঘোচ লোৱাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে বিস্ফোৰক স্বীকাৰোক্তি ASI নিজামুদ্দিন আহমেদৰ। নিজ মুখে নগদ ধন লোৱাৰ কথা মানি লয় তিতাবৰৰ বৰহোলা আৰক্ষী থানাৰ সহকাৰী উপ-পৰিদৰ্শক নিজামুদ্দিন আহমেদে।

    ভাইৰেল হোৱা VIDEO

    বৰহোলা বোকাজানৰ এজন লোকৰ পৰা নগদ ধন লৈছিলসহকাৰী উপ-পৰিদৰ্শকগৰাকীয়ে। তাৰ পিছতে ঘোচ লোৱাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছিল ছচিয়েল মিডিয়াত। উল্লেখ্য যে সঘনাই বৰহোলাত ৰঘুমলাৰ দৰে বৃদ্ধি পোৱা অবৈধ ব্যৱসায়ীয়ে এনেদৰে আৰক্ষীক নিয়ন্ত্ৰণ কৰি চলাই আহিছিল নেকি বিভিন্ন অপৰাধজনিত ব্যৱসায়।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং