25.9 C
Guwahati
Tuesday, August 9, 2022
More

    ডিব্ৰুগড়ৰ নাহৰকটীয়াত পিঞ্জৰাবদ্ধ নাহৰফুটুকী, চাওক ভিডিঅ’

    পিঞ্জৰাৱদ্ধ নাহৰফুটুকী বাঘটোত ট্ৰেংকুলাইজড কৰি জয়পুৰ বৰ্ষাৰণ্যত মুকলাই দিলে বন বিভাগে।

    ডিব্ৰুগড়ৰ নাহৰকটীয়াৰ লেঙেৰীজান চাহ-বাগিচাত পিঞ্জৰাবদ্ধ হ’ল এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ। দীৰ্ঘদিন ধৰি অঞ্চলটোৰ গৰু ছাগলী ভক্ষণ কৰি সন্ত্ৰাস সৃষ্টি কৰি আহিছিল নাহৰফুটুকী বাঘটোৱে। অৱশেষত আজি বন বিভাগৰ পিঞ্জৰাত আৱদ্ধ হয় নাহৰফুটুকীটো।

    পিঞ্জৰাৱদ্ধ বাঘটোক চাবলৈ স্থানীয় ৰাইজে ভিৰ কৰে সেই স্থান। আনহাতে পিঞ্জৰাৱদ্ধ নাহৰফুটুকী বাঘটোত ট্ৰেংকুলাইজড কৰি জয়পুৰ বৰ্ষাৰণ্যত মুকলাই দিলে বন বিভাগে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং