উত্তৰ-পূব সীমান্ত ৰে’লৱেত চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰা ৩জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। কোকৰাঝাৰৰ পৰা দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰৱঞ্চককেইটাক। ধৃত প্ৰৱঞ্চককেইটা ক্ৰমে অলক সেন, প্ৰদীপ কলিতা আৰু দ্বীপজ্যোতি শইকীয়া। গুৱাহাটীৰ সৰুমটৰীয়াৰ এগৰাকী মহিলাক দিছিল ভুৱা নিযুক্তি পত্ৰ। নিযুক্তিৰ পত্ৰৰ নামত মহিলাগৰাকীৰ পৰা ৫.৫০ লাখ টকা লৈছিল প্ৰৱঞ্চককেইটাই।
নিযুক্তিৰ নামত প্ৰৱঞ্চনাৰে ধন লৈ আৰক্ষীৰ জালত পৰিল ৩জন
কোকৰাঝাৰৰ পৰা দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰৱঞ্চককেইটাক, গুৱাহাটীৰ সৰুমটৰীয়াৰ এগৰাকী মহিলাক দিছিল ভুৱা নিযুক্তি পত্ৰ
Published:
First published