শিৱসাগৰৰ ৮নং ৱাৰ্ডৰ শংকৰ মন্দিৰ পথস্থিত শ্ৰী শ্ৰী শংকৰদেৱ সমাজ নামঘৰত চোৰৰ তাণ্ডৱ। নামঘৰৰ খিৰিকী ভাঙি চোৰে লুটি লৈ গ’ল দান-পাত্ৰৰ ধন, তাল, কাঁহৰ বাচনৰ লগতে বহু সামগ্ৰী।

ঘটনা সন্দৰ্ভত নামঘৰ পৰিচালনা সমিতিয়ে শিৱসাগৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। অঞ্চলটোত ক্ৰমাৎ বৃদ্ধি হোৱা চুৰি ঘটনা সমূহক লৈ স্থানীয়ে ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
Sivasagar | Edited by: Dulu Medhi