27 C
Guwahati
Wednesday, June 29, 2022
More

    ধৰ্মীয় অনুষ্ঠানত চোৰৰ চকু, লুটি নিলে নামঘৰৰ বহু সামগ্ৰী

    নামঘৰৰ খিৰিকী ভাঙি চোৰে লুটি লৈ গ'ল দান-পাত্ৰৰ ধন, তাল, কাঁহৰ বাচনৰ লগতে বহু সামগ্ৰী।

    শিৱসাগৰৰ ৮নং ৱাৰ্ডৰ শংকৰ মন্দিৰ পথস্থিত শ্ৰী শ্ৰী শংকৰদেৱ সমাজ নামঘৰত চোৰৰ তাণ্ডৱ। নামঘৰৰ খিৰিকী ভাঙি চোৰে লুটি লৈ গ’ল দান-পাত্ৰৰ ধন, তাল, কাঁহৰ বাচনৰ লগতে বহু সামগ্ৰী।

    ঘটনা সন্দৰ্ভত নামঘৰ পৰিচালনা সমিতিয়ে শিৱসাগৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। অঞ্চলটোত ক্ৰমাৎ বৃদ্ধি হোৱা চুৰি ঘটনা সমূহক লৈ স্থানীয়ে ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

    Sivasagar | Edited by: Dulu Medhi

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং