25 C
Guwahati
Thursday, October 21, 2021
More

    Breaking: লংকাত চুৰিকাণ্ড, লুটি নিলে ৪০ হাজাৰ টকা

    ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে লুটি লৈ যায় সকলো সা-সামগ্ৰী

    নৱবৰ্ষৰ আনন্দ উলাহৰ মাজতে লংকাৰ লাচিতনগৰত চুৰিকাণ্ড। ৯নং ৱাৰ্ডৰ তপন মজুমদাৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰি। চোৰে লুটি লৈ গ’ল নগদ ৪০ হাজাৰ টকা। বৃহৎ পৰিমানৰ সোণ আৰু ৰূপ লুটি লৈ যায় চোৰে। চুৰি কাণ্ড সন্দৰ্ভত লংকা থানাত এজাহাৰ দাখিল।

    ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে লুটি লৈ যায় সকলো সা-সামগ্ৰী। ঘৰতে লাগি থকা এখন পাৰ্লাৰৰ পৰাও চোৰে লুটি নিয়ে সামগ্ৰীসমূহ।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং