33 C
Guwahati
Wednesday, September 28, 2022
More

    চুৰি কৰিবলৈ গৈ ঔকিল খালে মহৰ আলীয়ে, ডবকাত সংঘটিত এই ঘটনা

    বেৰ কাটি থকা অৱস্থাত হাতে-লোটে কৰায়ত্ত কৰে স্থানীয় ৰাইজে। মহৰ আলী নামৰ চোৰটোক কৰায়ত্ত কৰি উত্তম-মধ্যম শোধায় একাংশ স্থানীয় লোকে

    ডবকাত চুৰি কৰিবলৈ গৈ উত্তম-মধ্যম খালে এটা চোৰে। ডবকাৰ ভগীৰাম গাঁৱত এটা পৰিয়ালৰ ঘৰৰ বেৰ কাটি আছিল চোৰটোৱে। সেই সময়তে গৃহস্থই গম পাই চিঞৰ-বাখৰ কৰাত বাহিৰলৈ ওলাই আহে ওচৰৰ আন লোক।

    চোৰটোক বেৰ কাটি থকা অৱস্থাত হাতে-লোটে কৰায়ত্ত কৰে স্থানীয় ৰাইজে। মহৰ আলী নামৰ চোৰটোক কৰায়ত্ত কৰি উত্তম-মধ্যম শোধায় একাংশ স্থানীয় লোকে। তাৰ পিছত ঘটনাস্থলীত উপস্থিত হয়গৈ আৰক্ষী আৰু চোৰটোক থানালৈ লৈ যায় আৰক্ষীয়ে।

    Photo : Sahidul Islam

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং