14 C
Guwahati
Sunday, January 23, 2022
More

    টীয়কত কোৰিয়াৰ চাৰ্ভিছ প্ৰতিষ্ঠানৰ পৰা চোৰে লুটিলে ২ লক্ষাধিক টকাৰ লগতে অনলাইন শ্বপিংৰ সামগ্ৰী

    ঘন জনবসতিপূৰ্ণ অঞ্চলত সঘনাই এনে ঘটনা দীৰ্ঘদিনৰ পৰা সংঘটিত হৈ আহিছে

    টীয়কৰ জগদুৱাৰৰ ডেলিভাৰি ডট কম নামৰ প্ৰতিষ্ঠানৰ পৰা নিশা চোৰে লুটি নিলে দুই লক্ষাধিক ধন ৷ লকাৰ ভাঙি চোৰে লৈ গ’ল নগদ ধন৷ লৈ গ’ল মূল্যৱান অনলাইন শ্বপিংৰ সামগ্ৰী ৷

    প্ৰতিষ্ঠানটোৰ নিচেই কাষৰ খালত এৰি থৈ যায় কেইটামান অনলাইন শ্বপিংৰ সামগ্ৰী ৷কিমান পৰিমাণৰ সামগ্ৰী আৰু ধন লৈ উধাও হৈছে সেইয়া সঠিক ৰূপত তদন্তৰ পিছতহে পোহৰলৈ আহিব৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত টীয়ক আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷ ঘন জনবসতিপূৰ্ণ অঞ্চলত সঘনাই এনে ঘটনা দীৰ্ঘদিনৰ পৰা সংঘটিত হৈ আহিছে৷

    Photo Credit:@bhaskorjyotiborah

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং