27 C
Guwahati
Thursday, May 19, 2022
More

    নগাঁৱৰ আউনীআটীৰ এডলীয়াবঢ় শাখা সত্ৰত চোৰে লুটিলে সোণ-ৰূপৰ অলংকাৰসহ মূল্যৱান সামগ্ৰী

    বৰ্তমান পৰ্যন্ত ঘটনাস্থলীত উপস্থিত হোৱা নাই নগাঁও সদৰ আৰক্ষী

    পুনৰ চোৰৰ টাৰ্গেট ধৰ্মীয় অনুষ্ঠান। নগাঁৱৰ আউনীআটীৰ এডলীয়াবঢ় শাখা সত্ৰত চোৰৰ লুটপাত। চোৰে লুটিলে সোণ-ৰূপৰ আ-অলংকাৰসহ টকা-পইছা।

    চোৰে লুটিলে সোণৰ ফুলি ১০পাত,ৰূপৰ ফুলি ২০পাত,পিতলৰ মূৰ্ত্তি ৫টা,কাঁহৰ দুভাগ বাদ্যৰ লগতে বহু সা-সামগ্ৰী। বৰ্তমান পৰ্যন্ত ঘটনাস্থলীত উপস্থিত হোৱা নাই নগাঁও সদৰ আৰক্ষী।

    Photo Credit:@batssamhaque

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং