29 C
Guwahati
Monday, October 25, 2021
More

    লংকাত ভালুকমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৪ লক্ষাধিকৰো অধিক মূল্যৰ সামগ্ৰী লুটিলে চোৰে

    লংকা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত

    এইবাৰ চোৰৰ পৰা সাৰি নগ’ল বিদ্যালয়ো। লংকাৰ ভালুকমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চোৰে চাৰিটাকৈ কোঠাৰ তলা ভাঙি লুটিলে ৪ লক্ষাধিকৰো অধিক মূল্যৰ সা-সামগ্ৰী।

    চোৰে চিচিটিভিৰ মনিটৰ,চিপিইউ, ৩৬ ভল্টৰ দুটাকৈ বেটাৰী, চাউণ্ড চেট,ইনভাৰ্টাৰ আৰু খেলা সামগ্ৰী লুটিলে। বিদ্যালয়ত লংকা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং