গোলাঘাটত চাঞ্চল্যকৰ চুৰিকাণ্ড। হিন্দী স্কুল পথৰ কালী মন্দিৰত সংঘটিত হয় এই চুৰি ঘটনা। চোৰে মন্দিৰৰ দান পাত্ৰ ভাঙি লুটি নিলে ধনসহ বহু মূল্যৱান সামগ্ৰী।
দৰ্জা ভাঙি সংঘটিত কৰে এই চুৰিকাণ্ড। এই চুৰিকাণ্ডৰ লগত জড়িত দুজন যুৱকক আটক কৰিছে গোলাঘাট আৰক্ষীয়ে।
Photo Credit: @rajibkarmakar