19 C
Guwahati
Friday, February 3, 2023
More

    গোলাঘাটত কালী মন্দিৰত চোৰে লুটি নিলে ধনসহ মূল্যৱান সামগ্ৰী

    দুজন যুৱকক আটক কৰিছে গোলাঘাট আৰক্ষীয়ে

    গোলাঘাটত চাঞ্চল্যকৰ চুৰিকাণ্ড। হিন্দী স্কুল পথৰ কালী মন্দিৰত সংঘটিত হয় এই চুৰি ঘটনা। চোৰে মন্দিৰৰ দান পাত্ৰ ভাঙি লুটি নিলে ধনসহ বহু মূল্যৱান সামগ্ৰী।

    দৰ্জা ভাঙি সংঘটিত কৰে এই চুৰিকাণ্ড। এই চুৰিকাণ্ডৰ লগত জড়িত দুজন যুৱকক আটক কৰিছে গোলাঘাট আৰক্ষীয়ে।

    Photo Credit: @rajibkarmakar

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং