তিতাবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে NSCNৰ এৰিয়া কামাণ্ডৰক। ধৃত কামাণ্ডৰজনৰ নাম নয়াব কন্যাক। নিশা আৰক্ষীৰ অভিযানত তিতাবৰৰ ডফলাটিঙত গ্ৰেপ্তাৰ কৰে NSCNৰ কামাণ্ডৰ জনক।

উগ্ৰপন্থীটোৰ পৰা উদ্ধাৰ কৰা হৈছে .22 আৰু .32 পিষ্টলসহ এটা মেগজিন আৰু দুটা মোবাইল ফোন। আৰক্ষীয়ে আটক কৰা NSCNৰ কামাণ্ডৰ জন নাগালেণ্ডৰ মন জিলাৰ বাসিন্দা।
Photo: Time8