31 C
Guwahati
Wednesday, September 28, 2022
More

    যুৱকক হত্যা কৰা অবৈধ সুৰা ব্যৱসায়ীৰ দোকান ভাঙিলে ৰাইজে

    অতুল দাস ওৰফে বগাই নামৰ লোকজনে অবৈধভাৱে বিক্ৰী কৰা সুৰাৰ দোকান ভাঙিলে স্থানীয় একাংশ লোকে

    যোৰহাটৰ ৰায় বাহাদুৰ লেনত উত্তপ্ত পৰিস্থিতি। ক্ষুব্ধ ৰাইজে ভাঙি লণ্ডভণ্ড কৰিলে অবৈধ সুৰাৰ ঘাটি। অতুল দাস ওৰফে বগাই নামৰ লোকজনে অবৈধভাৱে বিক্ৰী কৰা সুৰাৰ দোকান ভাঙিলে স্থানীয় একাংশ লোকে। সোমবাৰে নিশা সুৰাৰ ঘাটি বন্ধ কৰিবলৈ মৃত্যুক সাবটি লৈছিল আশিস বৰা নামৰ এজন যুৱকে। অবৈধ সুৰা ব্যৱসায়ীয়ে হত্যা কৰিছিল আশিস বৰা নামৰ যুৱকজনক। আৰু এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত এতিয়া সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং