21 C
Guwahati
Friday, January 14, 2022
More

    সোণৰ কানফুলি হেৰুৱাই ভয়তে আত্মহত্যা কিশোৰীৰ

    মানসিক ভাৰসাম্য হেৰুৱাই এই পথ কিশোৰীয়ে

    হোজাইৰ কপাহবাৰীত সংঘটিত হৈছে এক অতি মৰ্মান্তিক ঘটনা৷ ১৩ বছৰীয়া এগৰাকী কিশোৰীয়ে ডিঙিত চিপ লৈ আত্মহত্যা৷ মৃত কিশোৰী গৰাকীৰ নাম চাবিয়া বেগম৷

    ঘটনা সন্দৰ্ভত জানিব পৰা মতে পুখুৰীত গা ধুই থকা অৱস্থাত কিশোৰী গৰাকীয়ে হেৰুৱাই নিজৰ পিন্ধি থকা সোণৰ কানফুলি৷ পিছত কানফুলি বিচাৰি নপোৱাত কিশোৰীগৰাকীয়ে মানসিক ভাৰসাম্য হেৰুৱাই আত্মহননৰ পথ বাচি লয়৷ ইতিমধ্যে ঘটনাস্থলিত মোৰাঝাৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷

    Photo credit: Time8desk

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং