32 C
Guwahati
Friday, September 30, 2022
More

    আজি শিক্ষক দিৱসঃ সৰ্বানন্দ সোণোৱাল, কনৰাড চাংমাৰ শুভেচ্ছা জ্ঞাপন, শিক্ষকৰ ভক্তিক প্ৰণাম জনায়

    ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পিছত তেওঁৰ জন্মদিনটো একাংশ ছাত্ৰই ‘শিক্ষক দিৱস’ হিচাপে পালন কৰিছিল।

    ১৮৮৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথমগৰাকী উপ-ৰাষ্ট্ৰপতি(১৯৫২-৫৬) আৰু ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি(১৯৬২-৬৭) ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনে জন্মগ্ৰহণ কৰিছিল। ৰাধাকৃষ্ণনে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল এগৰাকী শিক্ষক হিচাপে। ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পিছত তেওঁৰ জন্মদিনটো একাংশ ছাত্ৰই ‘শিক্ষক দিৱস’ হিচাপে পালন কৰিছিল।

    শিক্ষক দিৱস উপলক্ষে টুইটাৰযোগে শুভেচ্ছা জ্ঞাপন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

    মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰো টুইটাৰযোগে শুভেচ্ছা জ্ঞাপন।

    মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো শিক্ষক দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং