28 C
Guwahati
Wednesday, October 27, 2021
More

    সংযোগী শিক্ষাকৰ্মীৰ উত্তাল প্ৰতিবাদ মহানগৰীত; ঘেৰাও কৰিব শিক্ষামন্ত্ৰীৰ বাসগৃহ

    লিখিত প্ৰতিশ্ৰুতি সময়মতে কাৰ্যকৰী নকৰাৰ প্ৰতিবাদত গৰজি উঠিছে সংযোগী শিক্ষাকৰ্মী

    শীঘ্ৰে বিশেষ টেটৰ বিজ্ঞাপন জাৰি কৰাৰ দাবীত অসম সংযোগী শিক্ষাকৰ্মীৰ উত্তাল প্ৰতিবাদ মহানগৰীত৷ গুৱাহাটী ক্লাৱত চলি আছে এই প্ৰতিবাদ৷

    Photo: Time8

    গুৱাহাটী ক্লাৱৰ পৰা সমদলৰ জৰিয়তে শিক্ষামন্ত্ৰীৰ ঘৰ ঘেৰাও কৰিব সংযোগী শিক্ষাকৰ্মীয়ে৷ কিন্ত আৰক্ষীয়ে গুৱাহাটী ক্লাৱতে ৰাখি থৈছে প্ৰতিবাদকাৰীক৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং