যিসকল আৱেদনকাৰীয়ে দুবছৰীয়া D.EL.Ed পাঠ্যক্ৰম কৰি আছে সেইসকলে D.EL.Edৰ নামভৰ্তিৰ তাৰিখ, অধ্যয়ন কেন্দ্ৰৰ নাম, Regular নে ODL আৰু নামভৰ্তিৰ ছীল থকা ৰচিদ ১৯ ছেপ্টেম্বৰৰ পৰা ২৭ ছেপ্টেম্বৰৰ ভিতৰত অনলাইনযোগে আপলোড কৰিব লাগিব।

বান্ধি দিয়া সময়সীমাৰ ভিতৰত আপডেট নকৰিলে তেওঁলোকৰ আৱেদন পত্ৰ খাৰিজ কৰা হ’ব।
Photo Credit: italcoholic.in