32 C
Guwahati
Friday, September 30, 2022
More

    মোহন ভাগৱত আৰু জিন্নাৰ আদৰ্শ একেঃ তৰুণ গগৈ

    সৰ্বানন্দ সোণোৱালে কৈছে মোহন ভাগৱত পথ পদৰ্শক, পথ পদৰ্শক ভাগৱত নে শংকৰ-আজান সেয়া বিচাৰ কৰক, তেল মৰাৰো এটা সীমা থাকে।'- এই বুলি মুখ্যমন্ত্ৰী সোণোৱালক তীব্ৰ সমালোচনা গগৈৰ

    মোহন ভাগৱতে কেৱল হিন্দুক ৰক্ষণাবেক্ষণ দিবলৈ মুখ্যমন্ত্ৰীক পৰামৰ্শ দিবলৈ কোৱাটো দূৰ্ভাগ্যজনক, ধৰ্মৰ ভিত্তিত হোৱা NRC আমাক নালাগে।’- সংবাদমেলত এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।

    সৰ্বানন্দ সোণোৱালে কৈছে মোহন ভাগৱত পথ পদৰ্শক। পথ পদৰ্শক ভাগৱত নে শংকৰ-আজান সেয়া বিচাৰ কৰক। তেল মৰাৰো এটা সীমা থাকে।’- এই বুলি মুখ্যমন্ত্ৰী সোণোৱালক তীব্ৰ সমালোচনা গগৈৰ।

    Advantage assamৰ পিছত Private investment কিমান হ’ল হোৱাইট পেপাৰ দিয়ক। বিমানবন্দৰ, তৈল ক্ষেত্ৰকে ধৰি সকলো খণ্ডকে ব্যক্তিগতকৰণ কৰাটোৱে চৰকাৰৰ দেউলীয়া অৱস্থাৰ কথাকে সূচাইছে। সংবাদমেলত মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ।

    উপনিৰ্বাচনত ৩খন আসনত আমি চাহ জনগোষ্ঠীৰ প্ৰাৰ্থী দিছো। BJP-এ এজনো চাহ জনগোষ্ঠীৰ প্ৰাৰ্থী নিদিয়াটোৱে কি বুজাইছে BJP চাহ জনগোষ্ঠীৰ বিৰোধী- এই মন্তব্য তৰুণ গগৈৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং