25 C
Guwahati
Thursday, October 21, 2021
More

    দেৱাল খহি থিতাতে নিহত ১৫, কেইবাজনো গুৰুতৰভাৱে আহত

    আকস্মিক কৰুণ ঘটনাটোত সমগ্ৰ ৰাজ্যজুৰি পৰিছে শোকৰ ছাঁ

    তামিলনাডুৰ মেট্টুপালায়মত সংঘটিত হৈছে এক কৰুণ ঘটনা। দেৱাল খহি থিতাতে নিহত হৈছে ১৫ জনকৈ লোক।

    Photo Credit: The financial Express

    কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছে। মূষলধাৰ বৰষুণৰ ফলত দেৱাল খহি পৰাত সংঘটিত হয় এই কৰুণ ঘটনা। ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰকাৰী দল। নিহত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং