22 C
Guwahati
Wednesday, October 27, 2021
More

    হাগ্ৰামা মহিলাৰীক ক’লা পতাকা প্ৰদৰ্শন আছুৰ

    হাগ্ৰামা মহিলাৰী নাগ্ৰীজুলি আদৰ্শ হস্পিতালৰ শুভ উদ্বোধন কৰি ওভতাৰ পথত তামুলপুৰৰ মটঙা চ'কত আছুয়ে ক'লা পতাকা প্ৰদৰ্শন কৰে

    ৰাজ্যজুৰি কেবক লৈ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে আজি তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই বিজেপি দলৰ ওচৰত আঁঠু লৈ কেবক সমৰ্থন কৰা কাৰ্যৰ প্ৰতিবাদত বি পি এফ দলৰ মুৰব্বী তথা বি টি চি মুখ্য হাগ্ৰামা মহিলাৰীক ক’লা পতাকা প্ৰদৰ্শন কৰে ৷

    Video : Time8

    প্ৰতিবাদকাৰীসকলে কেব মানিলোৱা নহ’ব, হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তুলে।
    আজি দিনৰ ভাগত হাগ্ৰামা মহিলাৰী নাগ্ৰীজুলি আদৰ্শ হস্পিতালৰ শুভ উদ্বোধন কৰি ওভতাৰ পথত তামুলপুৰৰ মটঙা চ’কত আছুয়ে ক’লা পতাকা প্ৰদৰ্শন কৰে ৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং