14.5 C
Guwahati
Friday, January 21, 2022
More

    অসমৰ চিত্ৰ শিল্পীৰ চমক

    এইগৰাকী প্ৰতিভাৱান শিল্পীৰ নাম দিনা হাজৰিকা। সৰুৰে পৰা ছবি আঁকি ভাল পাইছিল দিনাই। নিজৰ অংকনেৰে প্ৰতিষ্ঠিত এইগৰাকী শিল্পী।