26 C
Guwahati
Thursday, September 23, 2021
  • হোম
  • ভিডিও
  • টাইমকাষ্ট
More

    শিক্ষাবিদ টাবুৰাম টাইডৰ দেহাৱসান। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ শোক প্ৰকাশ

    গুৱাহাটীৰ এপল’ হাস্পতালত চিকিত্সাধীন অৱস্থাত পুৱাৰ ভাগত শেষ নিশ্বাস ত্যাগ আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন ভাষাবিদগৰাকীৰ।

    বিশিষ্ট গৱেষক, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ভাষাবিদ টাবুৰাম টাইডৰ শেষ নিশ্বাস ত্যাগ। গুৱাহাটীৰ এপল’ হাস্পতালত দেহাৱসান ঘটে সাহিত্য অকাডেমী ভাষা সম্মান বঁটা বিজয়ীগৰাকীৰ। লখিমপুৰৰ জিলাৰ ঘূণাসূঁতিত জন্ম হৈছিল মিচিং আগম কৗবাংৰ প্ৰতিষ্ঠাপক সভাপতিগৰাকীৰ।

    অসম সাহিত্য সভাৰ বিমল জালান বঁটাপ্ৰাপক, সাহিত্য অকাডেমী ভাষা সম্মান বঁটা বিজয়ী, সাহিত্যিক পেঞ্চনাৰ আগম মিগাং টাবুৰাম টাইডৰ আজি পুৱা ৭.৩০ বজাত পৰলোকপ্ৰাপ্তি ঘটে। ইংৰাজী ভাষাৰ পণ্ডিত টাইড গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত বহুদিন ধৰি চিকিৎসাধীন হৈ আছিল। তাৰ পিছত এপল’ ইণ্টাৰনেশ্যনেল হাস্পতাললৈ স্থানান্তৰ কৰা হৈছিল।

    ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰাৰ উদ্দেশ্যে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে মুখ্য সচিবক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    আজি বিশ্বকৰ্মা পূজা, সমগ্ৰ ৰাজ্যতে পূজাৰ ব্যস্ততা

    বৈদ্যুতিন আৰু ছপা সংবাদ মাধ্যমৰ কাৰ্যালয়সমূহো পুৱাৰে পৰা ব্যস্ততা দেখা গৈছে

    ডফলীৱালেৰ চিৰ বিদায়, ‘ম্যে মৰ কৰ ভি না মৰ ছকা, ঔৰ না হি জী-কৰ জী ছকতা হুঁ’

    প্ৰেম কৰাই যেন জীৱন, ৰীল লাইফ আৰু ৰীয়েল লাইফ দুয়োটাতে সফলতাৰে মোহৰ মাৰিছে প্ৰেমৰ

    সত্যৰঞ্জন বৰাৰ ‘ইছলাম আৰু কোৰাণৰ কলংকিত কথা’ শীৰ্ষক গ্ৰন্থ বন্ধ কৰাৰ দাবী অৰুণাচলত

    কেব গৃহীত হ'লে অসমৰ লগতে অৰুণাচল প্ৰদেশতো ব্যাপক প্ৰভাৱ পৰিব। কোনো অবৈধ নাগৰিকৰ বোজা গ্ৰহণ নকৰে অৰুণাচলে। চাংমা আৰু হাজংসকলক লৈয়েই সমস্যাত অৰুণাচল

    দুটা ভাগত বিভক্ত হ’ল KMSS; এফালে KMSS আনফালে কৃষক মুক্তি সংগ্ৰাম সমিতি প্ৰগতিশীল

    অখিল গগৈয়ে দিনত আন্দোলন, ৰাতি মাহেকীয়া ছিণ্ডিকেট চলায় বুলিও উল্লেখ কৰে প্ৰগতিশীলৰ নেতা সকলে

    বিজেপি মিত্র জোট সরকার দুর্নীতিমুক্ত প্রশাসন উপহার দিয়েছে, দাবি সর্বার

    রাজ্য সরকারের দৃষ্টান্তমূলক পদক্ষেপ সমূহের ফলে অসমে কোনও ধরনের গোষ্ঠীগত সংঘর্ষ সংঘটিত হয়নি।

    স্বামীজির আর্দশে দেশ গঠনে যুব সমাজকে এগিয়ে আসার আহ্বান সুস্মিতার

    স্বামী বিবেকানন্দের ১৫৯ তম জন্ম বার্ষিকী জাতীয় যুব দিবস হিসেবে পালন করেছে শিলচর বিধানসভা যুব কংগ্রেস কমিটি।

    শিলচরে মিনি সচিবালয়, কাজের খোঁজ নিলেন মুখ্যমন্ত্রী

    মুখ্যমন্ত্রীর নির্দেশে কাছাড়ের জেলাশাসক কীর্তি জল্লি সরেজমিনে গিয়ে কাজের খবরাখবর নেন।