23 C
Guwahati
Sunday, March 19, 2023
More

    ছুইচাইড কৰাৰ পূৰ্বে সুশান্ত সিং ৰাজপুতে গুগলত কি ছাৰ্চ কৰি পঢ়িছিল আৰু পিছত ছুইচাইড কৰিছিল?

    বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছৰে পৰা এতিয়ালৈ তেওঁৰ মৃত্যু সহজভাৱে ল’ব পৰা নাই। ইয়াৰ মাজতে সুশান্তৰ ছুইচাইড সম্বন্ধীয় এটা বিশেষ তথ্য পোহৰলৈ আহিছে।

    সূত্ৰ অনুসৰি ১৪ জুনত সুশান্ত সিং ৰাজপুতে ছুইচাইড কৰাৰ পূৰ্বে নিজৰ নামৰ সৈতে জড়িত খবৰবোৰ ছাৰ্চ কৰিছিল।

    উল্লেখনীয় যে ছুইচাইড কৰাৰ পূৰ্বে সুশান্তে নিজৰ লগত জড়িত কেইটামান খবৰ পঢ়িছিল আৰু লগতে কেইবাটাও নিউজ ৱেবছাইটো ছাৰ্চ কৰিছিল।

    এই বৃহৎ ৰহস্য ফাদিল হৈছে সুশান্তৰ মোবাইলৰ ফৰেঞ্চিক ৰিপৰ্ট ওলোৱাৰ পিছতহে। ৰিপৰ্ট অনুসৰি, ১৪ জুনত সুশান্তে প্ৰায় ১০.১৫ বজাত মোবাইলৰ পৰা গুগলত নিজৰ নাম ছাৰ্চ কৰিছিল।

    তেওঁ কেইবাটাও নতুন আৰ্টিকেল পঢ়িছিল। ইয়াৰ পিছত তেওঁ নিজৰ মোবাইল নম্বৰ ব্ৰাউছাৰৰ পৰা বন্ধ কৰি দিছিল।

    সুশান্তক লৈ প্ৰকাশ পোৱা আৰ্টিকেলছৰ পিছত নিজৰ ইমেজক লৈ বহুত অশান্তিত ভুগিছিল।

    তেওঁৰ বন্ধু বৰ্গই আৰক্ষীক জনোৱা অনুসৰি বিগত কিছুদিন ধৰি তেওঁ নিজৰ কেৰিয়াৰ আৰু ইমেজক লৈ যথেষ্ট চিন্তিত আছিল।

    তেওঁ আশংকা প্ৰকাশ কৰিছিল যে তেওঁৰ বিৰুদ্ধ ষড়যন্ত্ৰ ৰচা হৈছে।

    Photo Credit: www.orissapost.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং