নলবাৰীৰ বালামুগকুছি চ’কৰ যুৱ ব্যৱসায়ী মৃগেন ডেকাৰ ৰহস্যজনক আত্মহত্যাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ৩ মাহৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা মৃগেনৰ শোৱাপাটিত উদ্ধাৰ হয় মৃতদেহ৷
একাংশৰ মতে পাৰিবাৰিক কন্দলৰ কাৰণে আত্মহত্যা কৰা বুলি সন্দেহ কৰিছে৷ ঘটনাৰৰ সময়ত তেওঁৰ পত্নী ঘৰত নাছিল৷ তিনিদিন পূৰ্বে পত্নী তৃষ্ণা লহকৰ মাকৰ ঘৰলৈ গৈছিল৷ ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷
Graphics: Time8