19 C
Guwahati
Monday, February 6, 2023
More

    নলবাৰীত যুৱ ব্যৱসায়ীৰ ৰহস্যজনক আত্মহত্যা

    ৩ মাহৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল ব্যৱসায়ীজন

    নলবাৰীৰ বালামুগকুছি চ’কৰ যুৱ ব্যৱসায়ী মৃগেন ডেকাৰ ৰহস্যজনক আত্মহত্যাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ৩ মাহৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা মৃগেনৰ শোৱাপাটিত উদ্ধাৰ হয় মৃতদেহ৷

    একাংশৰ মতে পাৰিবাৰিক কন্দলৰ কাৰণে আত্মহত্যা কৰা বুলি সন্দেহ কৰিছে৷ ঘটনাৰৰ সময়ত তেওঁৰ পত্নী ঘৰত নাছিল৷ তিনিদিন পূৰ্বে পত্নী তৃষ্ণা লহকৰ মাকৰ ঘৰলৈ গৈছিল৷ ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷

    Graphics: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং