30 C
Guwahati
Wednesday, October 27, 2021
More

    Breaking: বোৱাৰীৰ ৰহস্যজনক মৃত্যু; স্বামীগৃহ লণ্ডভণ্ড ৰাইজৰ

    স্বামী বিদিত মহন্তৰ পৰকীয়া প্ৰেমৰ বাবে পত্নী দীপা কলিতাক হত্যাৰ সন্দেহ স্থানীয় লোকৰ

    শুৱালকুছিৰ সাধুটোলত ন-বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনা। পুৱা চিপ লোৱা অৱস্থাত উদ্ধাৰ বোৱাৰীগৰাকীৰ মৃতদেহ। তাৰ পিছতে চাঞ্চল্য শুৱালকুছিত।

    Photo : Time8

    স্বামী বিদিত মহন্তৰ পৰকীয়া প্ৰেমৰ বাবে পত্নী দীপা কলিতাক হত্যাৰ সন্দেহ স্থানীয় লোকৰ। ঘটনাৰ পাছতে পলায়ন স্বামীৰ। স্বামী গৃহৰ পৰিয়ালত বোৱাৰী পৰিয়ালৰ আক্ৰমণ। লণ্ডভণ্ড কৰিলে কৰিলে অভিযুক্ত স্বামী বিদিত মহন্তৰ বাসগৃহ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং