23.7 C
Guwahati
Thursday, October 6, 2022
More

    কৰ’ণাক্ৰান্ত ধৰা পৰা নলবাৰীৰ মোল্লাপাৰা প্ৰশাসনে নিষিদ্ধ কৰাৰ পিছতে এজনৰ আত্মহত্যা

    বিগত এপষেক ধৰি ছীল হৈ আছে নলবাৰীৰ মোল্লাপাৰা

    প্ৰশাসনে নিষিদ্ধ কৰা নলবাৰীৰ মোল্লাপাৰাত আত্মহননৰ ঘটনা। মোল্লাপাৰাত ধৰা পৰা কৰ’ণা আক্ৰান্ত উত্তৰ প্ৰদেশৰ চাৰিগৰাকীকৈ লোকৰ পিছতে প্ৰসাশনে আহ যাহ নিষিদ্ধ কৰিছিল সেই অঞ্চলত। অন্য সাধাৰণ ৰাইজৰ সুৰক্ষাজনিত কাৰণৰ বাবেই এই সিদ্ধান্ত লৈছিল প্ৰশাসনে।

    পিছে আজি সেই মোল্লাপাৰাতে চিপ লৈ আত্মহনন কৰে এগৰাকী মহিলাই। অৱশ্যে মহিলাগৰাকীৰ আত্মহহনৰ কাৰণ অজ্ঞাত। চিৰাঙৰ ভটূগাঁৱৰ মহিলাগৰাকী নলবাৰীৰ তৃষ্ণা নামৰ এখন হোটেলৰ কৰ্মচাৰী আছিল।

    বিগত এপষেক ধৰি ছীল হৈ আছে নলবাৰীৰ মোল্লাপাৰা। মোল্লাপাৰাত বসবাস কৰি আহিছিল আত্মহনন কৰা মহিলাগৰাকী। এই পৰ্যন্ত জানিব পৰা হোৱা নাই মহিলাগৰাকীৰ আত্মহনন ৰহস্য।

    Photo Credit: @hirakdeka

    Published:

    2 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং