27 C
Guwahati
Friday, September 30, 2022
More

    শিক্ষকৰ কামনাৰ বলি ছাত্ৰী, বকোত সংঘটিত জঘন্য ঘটনা

    প্ৰধান শিক্ষক আৰফাল আলী খানক নিজকাঠমি গাঁৱৰ বাসগৃহৰ পৰা বকো আৰক্ষীয়ে মঙলবাৰে নিশা গ্ৰেপ্তাৰ কৰে

    কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত নতুন কাঠমিত গুৰু-শিষ্যৰ সম্বন্ধক অপমানিত কৰা ঘটনা পোহৰলৈ আহিছে। প্ৰধান শিক্ষকৰ বলি বিদ্যালয়খনৰে এগৰাকী ছাত্ৰী।

    প্ৰধান শিক্ষক আৰফাল আলী খানক নিজকাঠমি গাঁৱৰ বাসগৃহৰ পৰা বকো আৰক্ষীয়ে মঙলবাৰে নিশা গ্ৰেপ্তাৰ কৰে। নতুন কাঠমি কহিনুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰফান। লম্পট শিক্ষকজনে নিজৰ ৰূমলৈ মাতি নি কৰিছিল নিৰ্যাতন। ২৯ আগষ্টত সংঘটিত হৈছিল এই জঘন্য কাণ্ড।

    চাইল্ড বেলফায়াৰ কমিটিৰ (CWC) আৰু বকো চাইল্ড লাইনৰ সহযোগত লোকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং